কীমা আলু কাটলেট
 
        - উপাদান:-
 ২৫০ গ্ৰাম মাটন মিন্স বা চিকেন কিমা
 ১/৪ কাপ পিঁয়াজ
 ১ চামুচ আদাৰ পেষ্ট
 ১ চামুচ হালধিৰ পেষ্ট
 ১/২ চামুচ নিমখ< br>১/২ চামুচ গুড়ি কৰা মৰিচা
 ১ চামুচ থেতেলিয়াই লোৱা ধনীয়াৰ গুটি
 ১/২ চামুচ জিৰাৰ গুড়ি
 ১/২ চামুচ নেমুৰ ৰস
 ধনীয়াৰ পাত
 পদিনা পাত
 ১ চামুচ তেল< /li>
- ৫০০ গ্ৰাম আলু
 ১ চামুচ নিমখ
 ১ চামুচ থেতেলিয়াই লোৱা মৰিচা
 ১/২ চামুচ জলকীয়াৰ গুড়ি
 ১ চামুচ কুঁহিয়াৰৰ আটা
 ১ চামুচ চাউলৰ আটা
 পদিনা পাত
 ধনীয়াৰ পাত